O Akash Lyrics >> Zubeen Garg Song

O Akash is Sung by Zubeen Garg & Satabdi Borah . Lyrics is written by Ikram H. Juwel  and music is composed by Ankur Saikia.This video song is officially uploaded in MIRCHI ASSAM youtube channel . O Akash song lyrics. O Akash Zubeen Garg. O Akash Lyrics in english. O Akash MIRCHI ASSAM. O Akash Lyrics Assamese Song. 


O Akash Lyrics >> Zubeen Garg Song
O Akash Lyrics >> Zubeen Garg Song


O Akash Song Credits :

Lyrics
Ikram H. Juwel 
Singer
Zubeen Garg & Satabdi Borah
Music
Ankur Saikia


O Akash Lyrics

অ’ আকাশ..

তুমিতো নুশুনা মোৰ গান

অ’ বতাহ..

ক’তেনো হেৰালে মোৰ প্ৰাণ

অ’ আকাশ..

তুমিতো নুশুনা মোৰ গান

অ’ বতাহ..

ক’তেনো হেৰালে মোৰ প্ৰাণ


মোৰ কলিজাৰ তেজ

টোপাল টোপাল

বুকুতে বাৰিষাৰ নৈ

সাগৰ বিশাল

চকুৰ পতাত আজি

ধূসৰ জোনাক

সেমেকা সেমেকা সেই

হেঙুল প্ৰভাত

 

অ’ আকাশ…

তুমিতো নুশুনা মোৰ গান

অ’ বতাহ…

ক’তেনো হেৰালে মোৰ প্ৰাণ

ক্লান্ত সময়ে ৰৈ চায়

অ’ ক্লান্ত সময়ে ৰৈ চায়


কোন দূৰণিৰ বাঁহি কিনো সুৰ বায়

কোন দূৰণিৰ বাঁহি কিনো সুৰ বায়

 

মৰহা পাহিৰে

ফুলে কি নুফুলে

সপোনৰ কলি আজি

দিঠগত শুকালে


মৰহা পাহিৰে

ফুলে কি নুফুলে

সপোনৰ কলি আজি

দিঠগত শুকালে

 

অ’ আকাশ..

তুমিতো নুশুনা মোৰ গান

অ’ বতাহ..

ক’তেনো হেৰালে মোৰ প্ৰাণ

অ’ আকাশ..

ক’তেনো হেৰালে মোৰ গান

অ’ বতাহ..

কতেনো লুকালে মোৰ প্ৰাণ


 This is the end of O Akash Song lyrics. If you find any mistakes in the lyrics please let us know through contact us. I have loved lyrics. Don't forget to comment down the favourite Part/line of this song. Do share this lyrics to your close one. 

Here is also the video of the song for you uploaded by MIRCHI ASSAM -

O Akash Song Video

                       Lyrics: Ikram H. Juwel  Singer : Zubeen Garg & Satabdi Borah Music : Ankur Saikia

Thank You.....! Visit Again...

Post a Comment

0 Comments

close